Skip to main content
Search
Search This Blog
BINDU(বিন্দু)
Share
Get link
Facebook
X
Pinterest
Email
Other Apps
January 08, 2025
ব্যস্ততা
উজুটিত সীমাহীন আঘাত পাওঁতেহে গম পালোঁ,
ভৰিৰ নখবোৰ যে দীঘল হৈছে।
সম্ভৱতঃ ব্যস্ততাবোৰ এনেকুৱাই,
বিজুতিয়েহে অনুভৱ শিকাই।
-ঋতুৰাজ দাস
(Ph-6900966906)
Comments
Comments
Post a Comment