January 08, 2025 ব্যস্ততা উজুটিত সীমাহীন আঘাত পাওঁতেহে গম পালোঁ, ভৰিৰ নখবোৰ যে দীঘল হৈছে। সম্ভৱতঃ ব্যস্ততাবোৰ এনেকুৱাই, বিজুতিয়েহে অনুভৱ শিকাই। -ঋতুৰাজ দাস (Ph-6900966906)